বিন্ধ্যবিন্যস্ত

বিন্ধ্য পৰ্বতমালা (Assamese) [ Roman: bin.dhyo por.bot.ma.la]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-02-02
1. Hill-Mountain(Proper Noun-Neuter) The Vindhya Range refers to a complex, discontinuous chain of mountain ridges, hill ranges, highlands and plateau escarpments in west-central India. বিন্ধ্য পৰ্বতমালা মধ্য আৰু পশ্চিম ভাৰতৰ পৰ্বতমালা৷ আৰ্য্যাৱৰ্ত আৰু দক্ষিণ ভাৰতৰ সীমা বুলি ধৰা হয়৷ পৌৰাণিক আখ্যানত ঘনাই উল্লেখ আছে৷